Warning: Attempt to read property "permalink" on bool in /home/u815395572/domains/votersparty.in/public_html/as/wp-content/plugins/wordpress-seo/src/context/meta-tags-context.php on line 297

দলৰ ওপৰত আক্ৰমন

দলৰ গঠন হোৱাৰ লগে দলৰ প্ৰতিষ্ঠাপৰ ওপৰত আক্ৰমণ আৰম্ভ হৈ গ'ল। প্ৰথম আক্ৰমন ২০১২ চনৰ ৬ জুন তাৰিখে উত্তৰ প্ৰদেশৰ তেতিয়াৰ মূখ‌্যমন্ত্ৰী অখিলেশ যাদৱৰ দ্বাৰা কৰা হয়। য'ত আইএএছ, আইপিএছ বিষয়া আৰু অপৰাধি সকলৰ দ্বাৰা দলৰ তিনিজন লোকক অপহৰণ কৰোৱা হয়।

দ্বিতীয় আক্ৰমন ২০২০ চনৰ ১৩ মাৰ্চ নাগালেণ্ডত কৰোৱা হ'ল। য'ত দলৰ প্ৰতিষ্ঠাপক শ্ৰী বিশ্বাত্মাক নাগালেণ্ড আৰক্ষীৰ দ্বাৰা আটক' কৰা হয়। আৰু ন্যায়ালয়ত কাৰ্যবাহী কৰিবলৈ নাগালেণ্ড যোৱা দলীয় কৰ্মীক নাগা উগ্ৰপন্থীৰ দ্বাৰা অপহৰণ কৰোৱায়। তিনি কৌটি টকাৰ মুক্তিপণ বিছাৰিলে। আদালতৰ কাম কৰিবলৈ কোনো এজনকে আদালতলৈ গৈ পাব নিদিলে। এনে উচ্চস্তৰীয় ৰাজনৈতিক আৰু প্ৰশাসনিক কু-কৌশলত দলৰ প্ৰতিষ্ঠাপক শ্ৰী বিশ্বাত্মাক প্ৰায় পাঁচ মাহ পৰ্যন্ত জেল খাটিবলগা হ'ল।

বিস্তৃত ভাবে পঢ়ক –

Open chat
Any query?
We are here to help you regarding
the new political system.