17-11-2021 Rangia নিৰ্বাচন নহয়! সংৰক্ষনেৰেহে পাব পাৰে বড়ো, আদিবাসী আৰু অন্যান্য 17 Nov. Rangia পিছপৰা শ্ৰেনীয়ে সত্বা আৰু সমৃদ্ধিত অংশীদাৰীত্ব – বিশ্বাত্মা
ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলৰ পঞ্চম সংখ্যক প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা মাহমুদ প্ৰাচা’ৰ অংশগ্ৰহন। ভিপিআই’ৰ “শান্তি আৰু অংশীদাৰীত্ব” মহাৰেলিত বড়ো-মুচলমান লোকেৰে লোকাৰণ্য ৰঙিয়া। ৰঙিয়া, ১৭ নৱেম্বৰঃ আজি কামৰূপ গ্ৰাম্য জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেল’ৰ পঞ্চম সংখ্যক প্ৰতিষ্ঠা দিৱস ৰাজ্যিক ভিক্তিত আয়োজিত হয়। প্ৰতিষ্ঠা দিৱসত দ’লৰ প্ৰতিষ্ঠাপক, নীতি-নিৰ্দেশক বিশ্বাত্মা …