অহা 12ফেব্ৰুৱাৰী, ৰঙিয়াত পালন কৰিব শ্ৰী ভৰত গান্ধীৰ 50তম জন্মোৎসৱ। লক্ষ্যাধিকৰ সন্মুখতে শ্ৰী গান্ধীয়ে ঘোষণা কৰিব তেওঁৰ নতুন নাম।
1 February 2019 ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলৰ কেন্দ্ৰীয় সমিতিয়ে পুনৰবাৰ অসম ৰাজ্যিক সমিতিৰ আবেদনক শ্ৰদ্ধা জনাই নিৰ্ণয় লৈছে যে, এই বছৰো 12ফেব্ৰুৱাৰী শ্ৰী ভৰত গান্ধীৰ 50তম জন্মোৎসৱ অন্য প্ৰদেশত নহয় অসমতে পালন কৰা হব। অসম ৰাজ্যিক সভাপতি ললিত পেগুৱে জানিবলৈ দিছে যে শ্ৰী গান্ধীৰ জন্মোৎসৱৰ কাৰনে ইতিমধ্যে ৰঙিয়াস্তিত জিলা খেলপথাৰ আৱন্তন কৰা হৈছে। তেওঁ লগতে জনাই …